উত্তৰঃ গোমতী জলবিদ্যুত প্ৰকল্প।
Month: August 2022
নাগালেণ্ডত কোনটো বৰ্ষক ধান আৰু গোমধানৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰঃ ২০০১।
কমলাৰ বিশেশ প্ৰজাতিটোৰ নাম লিখা যাৰ বাবে মেঘালয় বিখ্যাত।
উত্তৰঃ খাছী মাণ্ডাৰিণ।
অসমত কয়লা আৱিস্কাৰ কৰা কোম্পানীটোৰ নাম কি?
উত্তৰঃ অসম ৰেল ব্যৱসায়িক কোম্পানী।