উত্তৰঃ সঁচা।
Month: August 2022
মণিপুৰৰ পৰা সৰ্বাধিক মাত্ৰাত ৰপ্তানি কৰা কৃষিজাত সামগ্ৰীবিধ হ’ল ধান। (সঁচা/মিছা)
উত্তৰঃ মিছা (ই গোমধান)
অসমৰ একমত্ৰ জুইশলা কাৰখানা বোকাজানত অৱস্থিত। (সঁচা/মিছা)
উত্তৰঃ মিছা (ই ধুবুৰীত অৱস্থিত)
জল বিদ্যুৎ শক্তি উৎপাদনত অৰুণাচল প্ৰদেশে দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে (সঁচা/মিছা)
উত্তৰঃ সঁচা।