উত্তৰঃবীপ চিলাৰায়।
Month: August 2022
অৰুণাচল প্ৰদেশত———– প্ৰধান জনজাতি আৰু বহু সংখ্যক উপজাতি বাস কৰে।
উত্তৰঃ ২৬ টা।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান কৃষি-উদ্যানভিত্তিক উৎপাদনসমূহঃ
ত্ৰিপুৰাক ভৰতৰ দ্বিতীয় ৰবৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে। (সঁচা/মিছা)
উত্তৰঃসঁচা।