উত্তৰঃ চেৰডুকপেন।
Month: August 2022
অৰুণাচল প্ৰদেশৰ কোন জনজাতিয়ে টোপিঅ’ নামৰ থলুৱা ক’লা নিমখ উৎপাদন কৰে?
উত্তৰঃ আপাটানি।
ছিকিমৰ লেপচা জনজাতি মুখ্যতঃ —————- ধৰ্মাৱলম্বী।
(ক) বৌদ্ধ (খ) খ্ৰীষ্টান (গ) হিন্দু (গ) ইছলাম উত্তৰঃ বৌদ্ধ।
তলৰ কোনজন ব্যক্তিক ”অৰুণাচল প্ৰদেশৰ পিতৃ” স্বৰুপে গণ্য কৰা হয়?
(ক) লুমেৰ দাই (খ) ড° ডায়িং এৰিং (গ) মোগে ডুজে (ঘ) মুজি ৰিবা। উত্তৰঃ ড° ডায়িং এৰিং।