(ক) কুলাচন্দ্ৰ (খ) থংগল জেনেৰেল (গ) চুৰাচান্দ সিং (ঘ) ৰজা ক্যাম্বা উত্তৰঃ ৰজা ক্যাম্বা।
Month: August 2022
ইম্ফলত অৱস্থিত শ্ৰী হনুমান ঠাকুৰ মন্দুৰ কেতিয়া নিৰ্মাণ হৈছিল?
(ক) ১৭২৫ (খ) ১৮৭৫ (গ) ১৮৯১ (ঘ) ১৮৭৯ উত্তৰঃ ১৭২৫।
অসমৰ বিখ্যাত ”উমানন্দ মন্দিৰ” কোন চনত স্থাপিত হৈছিল?
(ক) ১৭৬৯ (খ) ১৬৬৭ (গ) ১৬৯৪ (ঘ) ১৫৯৪ উত্তৰঃ ১৬৯৪।
বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ পৃষ্ঠপোষকতাত কেইখন সত্ৰ প্ৰতিষ্ঠা হৈছিল?
(ক) ১৯ (খ) ১২ (গ) ১০ (ঘ) ১৫ উত্তৰঃ ১২।