উত্তৰঃ গাৰো।
Month: August 2022
লণ্ডনৰ পৰা পি.এইচ.ডি লাভ কৰা অসমৰ মহিলা গৰাকীৰ নাম ক’ব পাৰিবানে?
উত্তৰঃ ড° তিলোওমা বৰুৱা।
তেওঁ ১৯৫৭ চনৰ অসমৰ বিখ্যাত সংসদ সদস্য। ১৯৫৪ চনত তেওঁ বিখ্যাত গ্ৰন্থ ”ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হ্ল্ছ” ৰচনাও কৰিছিল। তেওঁৰ নাম ক’ব পাৰিবানে?
উত্তৰঃ হেম বৰুৱা।
সুমেৰুত উপস্থিত হোৱা প্ৰথম অসমীয়ী বৈজ্ঞানিকজনৰ নাম ক’ব পাৰিবানে?
উত্তৰঃ ৰাঘৱ চন্দ্ৰ ডেকা।