উত্তপঃ এইছ কে চেমা।
Month: August 2022
ৰাষ্ট্ৰসংঘত সম্বোধন কৰা প্ৰথম নগা ব্যক্তি কোন আছিল?
উত্তৰঃ ফুৰেৰ হেইমেনড্ৰাফ।
মিজোৰামৰ কোনটো জনজাতিৰ নিজস্ব ভাষা আৰু লিপি আছে?
উত্তৰঃ চাকমা।
তেওঁ প্ৰথম খাছী জোতা নিৰ্মাতা যিয়ে বিশ্বৰ সৰ্ববৃহৎ জোতা আৰু উচ্চতম গোৰোহা যুক্ত প্লেটফৰ্ম বুট নিৰ্মাণ কৰাৰ বিশ্ব অভিলেখ গঢ়িছে। তেওঁৰ নাম ক’ব পাৰিবানে?
উত্তৰঃ জেমছ চিয়েমিয়ং।