(ক) ৰুমাল (খ)গামোচা (গ) শাৰী (ঘ) ধুতি উত্তৰঃ গামোচা।
Month: August 2022
ছিকিমৰ ভূটিয়াসকলৰ এজন পিপ’নৰ (গাঁনৰ মুৰব্বী) পৰিচালনাত ——- নামৰ এক নিজস্ব আইন ব্যৱস্থা আছে।
উত্তৰঃ জুমচা।
মিজো সমাজত বিবাহ —– নামৰ মধ্যস্থতাকাৰীৰ জৰিয়তে কৰোৱা হয়।
উত্তৰঃ পালাই।
মেঘালয়ৰ সন্তানে সাধাৰণতে —– ৰ উপাধি গ্ৰহণ কৰে।
উত্তৰঃ মাক।