(ক) পাজাও (খ) মুলিয়াংচু (গ) টেউলিয়া (ঘ) পাজুচাতা উত্তৰঃ পাজুচাতা।
Month: August 2022
খাছী পুৰুষে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত সাজটোক কোৱা হয় ————।
(ক) চুৰিয়া (খ) জিমফুং (গ) ধুতি (ঘ) ডাকচাৰি উত্তৰঃ জিমফুং।
——- হৈছে মণিপুৰত আয়োজিত হোৱা ৰাজকীয় বা সম্ভ্ৰান্তৰ গৃহ নিৰ্মাণ ভোজ।
(ক) চিমচাক কাচা (খ) সুত্ৰধাৰা (গ) মৰাণ চাক (ঘ) কাচুং কাহাও জখলাত উত্তৰঃ চিমচাক কাচা।
অসমত নৱজাত শিশুক জন্মৰ এঘাৰ দিনৰ পিছত প্ৰথমবাৰ সূৰ্যৰ পোহৰলৈ উলিওৱা অনুষ্ঠানটোক ————- বোলা হয়?
(ক) অন্নপ্ৰসন (খ) সুত্ৰধাৰ (গ) শুদ্ধি (ঘ) চুড়াকৰণ উত্তৰঃ শুদ্ধি।