উত্তৰঃ গহনা।
Month: August 2022
ত্ৰিপুৰাৰ ৰিয়াং সমাজত মুৰব্বীয়ে —– উপাধি লয়।
(ক) ৰায় (খ) ৰু (গ) ৰিয়া (ঘ) এইবোৰৰ এটাও নহয় উত্তৰঃ ৰায়।
ছিকিমৰ ভূটিয়া সমাজৰ পুৰুষসকলে পিন্ধা পৰম্পৰাগত সাজটোক ——— হিচাপে জনা যায়।
(ক) বাখু (খ) হনজু (গ) পাগি (ঘ) ডাওৰু চুৰুৱাল উত্তৰঃ বাখু।
মিজোৰামত যৌতুকবিহীনভাৱে সম্পন্ন কৰা বিবাহ পদ্ধতিটোৰ নাম কি?
(ক) চাজুমেইডাও (খ) থিচেনপাল (গ) মেইচ (ঘ) ওপৰত এটাও নহয় উত্তৰঃ চাজুমেইডাও।