উত্তৰঃ মণিপুৰৰ মহিলাসকলে পৰম্পৰাগত সাজ ফানেক বা লাহিং বা চাকচাৰিৰ (দীঘলীয়া পটি বিশিষ্ট আৰু দীঘলীয়াকৈ দুয়োটা পিঠিতে সূচিকৰ্ম কৰা এটুকুৰা খহটা কাপোৰ) সৈতে আংগেই বা ব্লাউজ আৰু ইনাজি (দুয়োটা প্ৰন্তত ফিটা লগোৱা এটা ৰঙৰ বা বহুৰঙী খহটা কাপোৰ) পিন্ধে।
Month: August 2022
মণিপুৰীসকলে সন্তান জন্ম উপলক্ষ্যে আয়োজন কৰা পূজাটোক নাম ক’ব পাৰিবানে?
উত্তৰঃ স্বস্তি পূজা।
মণিপুৰত কেনে ধৰণৰ বিবাহ নিষেধ?
উত্তৰঃ গোত্ৰীয় বিবাহ।
অসমীয়া সমাজত তিনিটা গুৰুত্বপূৰ্ণ তিথিত আমিষ আহাৰ খোৱা নিষধ।তুমি এইকেইটাৰ নাম ক’ব পাৰিবানে?
উত্তৰঃ তিথিকেইটা ‘হৈছে অমাৱস্যা, একাদশী আৰু পূৰ্ণিমা।