উত্তৰঃ পাগী, যি আঁচ আঁচ থকা আৰু কপাহেৰে তৈয়াৰী।
Month: August 2022
নগাৰ ঔপচাৰিক শিৰস্ত্ৰাণত কি চৰাইৰ পাখি ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ধনেশ পক্ষী।
মিজোৰামত আবিয়ৈসকলৰ শোৱনি কোঠাক কি বুলি অভিহিত কৰা হয়?
উত্তৰঃ জ’লবুক।
মেঘালয়ত সকলো ধাৰ্মিক আৰু আনুষ্ঠানিক কাৰ্যক সময়ত বাধ্যতামূলকভাৱে পৰিৱেশন কৰা পানীয়বিধৰ নাম কি?
উত্তৰঃ কাইচ বীয়েৰ (চাউলৰ পৰা প্ৰস্তুত কৰা সুৰা)।