উত্তৰঃ বড়ো ভাষাত হাজো মানে হৈছে ওখ ঠাই।
Month: August 2022
হাজং শব্দৰ অৰ্থ কি ?
উত্তৰঃ হাজং এটি গাৰো ভাষাৰ শব্দ। এই শব্দৰ অৰ্থ হৈছে হা মানে-মাটি আৰু জং মানে পোক। অৰ্থাৎ মাটিত থকা পোক ।
চেং বাউলী দৰাচলতে কোন দেৱীৰ অৱতাৰ ?
উত্তৰঃ পাৰ্বতী দেৱীৰ।
চেং বাউলী পূজাত কেতিয়া অনুষ্ঠিত কৰা হয় ?
উত্তৰঃ চেং বাউলী পূজা শৰৎকালত অনুষ্ঠিত কৰা হয়।