উত্তৰঃ হাজংসকলৰ মাজত প্ৰচলিত কেইবিধমান পূজা হ’ল- থুবো মাগাং, পুষণৌ পৰ্ব, ভুই মাগা, কানীদেউ পূজা আদি।
Month: August 2022
হাজং মহিলাই কঁকালত কি বস্ত্ৰ পিন্ধে ?
উত্তৰঃ হাজং মহিলাই কঁকালত পাটিং নামৰ বস্ত্ৰ পিন্ধে ।
(Author) Iravati Karve, ‘Draupadi’, in Yuganta: The End of an Epoch (Hyderabad: Disha, 1991) pp. 79–105.
হাজংসকলে মদক কি বুলি কয় ?
উত্তৰঃ হাজংসকলে মদক জোহা বুলি কয় ।