উত্তৰঃ চিংফৌ জনগোষ্ঠীৰ লোকসকলে অসমৰ মুলতঃ মাৰ্ঘেৰিটা মহকুমাৰ বিছা, ইনখেম, লেখাপানী, কেটেটং আদি ঠাইত বাস কৰে।
Month: August 2022
পুষণৌ পৰৱত হাজং ডেকা-গাভৰুৱে কি গীত গায় ?
উত্তৰঃ মগা গীত।
পুষণৌ পৰৱ কেতিয়া পালন কৰা হয় ?
উত্তৰঃ পুহ মাহৰ শেষৰ দিনা পুষণৌ পৰৱ পালন কৰা হয়।
হাজংসকলৰ মাজত কেইটা বিহুৰ প্ৰচলন আছে ?
উত্তৰঃ তিনিটা। ব’হাগ বিহুক তেওঁলোকে বিছুৱা বুলি কয়, মাঘ বিহুক তেওঁলোকে পুষণৌ পৰ্ব আৰু কাতি বিহুক কাতি পাচা বুলি কয়।