উত্তৰঃ পুকাং ।
Month: August 2022
ছিংফৌ জমগোষ্ঠীৰ পুৰুষে পিন্ধা চোলাক কি বুলি কোৱা হয় ?
উত্তৰঃ ফুলুং ।
চিংফৌ জনগোষ্ঠীৰ পুৰুষে কঁকালত তলত পৰিধান কৰা বস্ত্ৰক কি বুলি কোৱা হয় ?
উত্তৰঃ লাছাবাৰ ।
চিংফৌ লোকে টোপোলা ভাতক কি বুলি কয়?
উত্তৰঃ ছাতমুকাই। হাত মানে হ’ল ভাত, মুকাই মানে টোপোলা।