উত্তৰঃ এই উৎসৱ প্ৰতি বছৰৰ ফাগুন মাহৰ এক তাৰিখে পালন কৰা হয়।
Month: August 2022
চিংফৌসকলৰ প্ৰধান উৎসৱ কি ?
উত্তৰঃ চিংফৌসকলৰ প্ৰধান উৎসৱ হৈছে শ্বপৌং য়ৌ উৎসৱ।
চিংফৌসকলে ব’হাগ বিহুক কি বুলি কয় ?
উত্তৰঃ পয় চাংকেন।
চিংফৌ পুৰুষে মূৰত পাগুৰীক কি বুলি কোৱা হয় ?
উত্তৰঃ গুমবাম।.