ঢোলৰ বিভিন্ন অংশবোৰ কি ?

উত্তৰঃ ঢোলৰ বিভিন্ন অংশবোৰ হৈছে- খোল বা ডিমা ( ঢোলৰ ফোপোলা অংশ ), কোবনি ( ঢোলৰ সোঁফালৰ চাৱনিত মাৰিৰে কোবাই আঘাত কৰা অংশ ), তালি ( ঢোলৰ বাওঁফালৰ হাতেৰে বজোৱা অংশ ), বৰটি ( দুয়োমুখ চাৱনি তানি ৰখা চামৰাৰ জৰী Read More …