উত্তৰঃ মাৰুণি।
Month: August 2022
—— নৃত্য যাৰ আক্ষৰিক অৰ্থ বিজয় নৃত্য নাগালেণ্ডৰ লোথা জনজাতিয়ে পৰিৱেশন কৰে।
উত্তৰঃ ৰুক্য-চাৰু।
মেঘালয়ৰ গাৰোসকলে পালন কৰা পোমেল’ নৃত্য’ ——– হিচাপেও জনা যায়।
উত্তৰঃ চাম্বিল মেচাৰা।
মণিপুৰৰ বিখ্যাত ধ্ৰুপদী নৃত্যবিধ হৈছে ———-।
উত্তৰঃ ৰাসলীলা।