উত্তৰঃ এক শৰণীয় নাম ধৰ্ম।
Month: August 2022
অৰুণাচল প্ৰদেশৰ বেছি ভাগ লোকে কি ধৰ্ম অনুসৰণ কৰে?
উত্তৰঃ বৌদ্ধ ধৰ্ম।
———- মঠ ছিকিমৰ প্ৰাচীনতম মঠ।
(ক) চাংগা চেলিং (খ) তাচিডিং (গ) লাব্ৰাং (ঘ) এনচে উত্তৰঃ চাংগা চেলিং।
কোন চনত ”আৱাৰ লেডী গুড হেল্থ ” তীৰ্থ মেগালয়ত স্থাপন কৰা হয়?
(ক) ১৯৯০ (খ) ১৯৮৬ (গ) ১৯৮৯ (ঘ) ১৯৮৫ উত্তৰঃ ১৯৮৯।