উত্তৰঃ পাখোৱাজ ।
Month: August 2022
মৃদংগক দক্ষিণ ভাৰতৰ ৰাজ্য়সমূহত কি বুলি জনা যায় ?
উত্তৰঃ মৃদংগম ।
খোলৰ বিভিন্ন অংশ কি ?
উত্তৰঃ খোলৰ বিভিন্ন অংশ হ’ল ডিমা বা খোলা ( খোলাৰ ফোপোলা অংশটো ), দাইনা ( সোঁফালৰ অংশ ), বায়া ( বাওঁফালৰ অংশ ), টালি, বৰতি, মলুৱা ঘুণ ( দাইনা আৰু বায়াৰ তালি বা চাৱনিৰ সোঁমাজত থকা ক’লা গোলাকাৰ অংশটো), পুলি, Read More …
খোল কিহেৰে নিৰ্মাণ কৰা হয় ?
উত্তৰঃ পোৰা মাটি বা কাঠেৰে।