উত্তৰঃ ডগৰ হৈছে গোলাকৃতিৰ এপিঠি চামৰাৰে ঢকা আৰু আনপিঠি অৱস্থাত খকা এবিধ বাদ্য় যন্ত্ৰ ।
Month: August 2022
ডবা কি ?
উত্তৰঃ ডবা হৈছে ধাতু বা মাটিৰে নিৰ্মাণ কৰা বাটি আকৃতিৰ অৰ্ধ গোলাকাৰ একপ্ৰকাৰৰ বাদ্য় । এই বাদ্য়ৰ চাৱনিৰ ওপৰত দুডাল বাঁহৰৰ মাৰিৰে গুৰুগম্ভীৰ ধ্বনি উলিয়াব পাৰি ।
মাদল কোন জনগোষ্ঠী প্ৰধান বাদ্য় ?
উত্তৰঃ চাহ জনগোষ্ঠীৰ ।
মৃদংগত কি কি অংশ থাকে ?
উত্তৰঃ মৃদংগত থকা অংশসমূহৰ হ’ল ডিমা, দাইনা, বায়া, তালি, বৰটি, মলুৱা, ঘূণ আদি ।