মুৰি কি ?

উত্তৰঃ মুৰি হৈছে ডিমাছাসকলৰ এবিধ বিশেষ ধৰণৰ দীঘল পেঁপা। কাঠেৰে নিৰ্মিত এই পেঁপাৰ প্ৰধান অংশ হৈছে মাথি, মুৰথিং, মুৰিবাৰ আদি ।

নাগাৰা কি ?

উত্তৰঃ নাগাৰা হৈছে এবিধ মাটিৰে নিৰ্মিত বাটি আকৃতিৰ অৰ্ধগোলাকাৰ পাত্ৰ য’ত ছালেৰে ছোৱা থাকে আৰু মাৰ্ৰে কোবাই বজোৱা হয় ।