উত্তৰঃ ঢাক বাদ্য়ৰ এটা ফালেই দুডাল কাঠিৰে আঘাত কৰি বজোৱা হয়।
Month: August 2022
ঢাক বজোৱা লোকক কি বুলি কোৱা হয় ?
উত্তৰঃ ঢাকুৱা।
ঢাক কি ?
উত্তৰঃ ঢাক হ’ল এবিধ বৃহৎ আকৃতিৰ ঢোলজাতীয় ভাৰতীয় বাদ্য় ।
ফেইটিক কি ?
উত্তৰঃ ফেইটিফ হৈছে কুকি, মাৰ, বাইতে আৰু অসমৰ বহু জনগোষ্ঠীৰ লোকে ব্য়ৱহাৰ কৰা বাঁহৰ চুঙাজাতীয় বাদ্য়। সৰু সৰু চুঙা একেলগ কৰি এই বাদ্য় নিৰ্মাণ কৰা হয় ।