উত্তৰঃ খেৰাই পূজাত।
Month: August 2022
বড়ো জনগোষ্ঠীৰ বাদ্য়যন্ত্ৰ খাম কিদৰে নিৰ্মাণ কৰা হয় ?
উত্তৰঃ বড়ো জনগোষ্ঠীৰ খাম ছামৰাৰে ছোৱা, দুয়োমুখতে ঘুণ লগোৱা এবিধ বাদ্য়যন্ত্ৰ।
দুম দুম মিছিং জনগোষ্ঠীৰ লোক কি নৃত্য়ত ব্য়ৱহাৰ কৰে ?
উত্তৰঃ গুমৰাগ।
দুম দুম কোন জনগোষ্ঠীৰ বাদ্য়যন্ত্ৰ ?
উত্তৰঃ দুম দুম মিছিং জনগোষ্ঠীৰ বাদ্য়যন্ত্ৰ।