উত্তৰঃ খ্ৰামবাৰ হৈছে তিৱা জনগোষ্ঠীৰ লোকসকলে বজোৱা এবিধ ঢোলজাতীয় বাদ্য়।
Month: August 2022
চেং কি ?
উত্তৰঃ চেং হৈছে কাৰ্বিসকলে ব্য়ৱহাৰ কৰা ঢোলজাতীয় বাদ্য়।
খ্ৰাম কি ?
উত্তৰঃ খ্ৰাম হৈছে কাৰ্বি আৰু ডিমাছাসকলে ব্য়ৱহাৰ কৰা খাম জাতীয় বাদ্য়। ডিমাছাসকলে এফালে মাৰিৰে কোবাই আৰু আনফালে হাতেৰে চপৰিয়াই খ্ৰাম বজায়।
হেম কি ?
উত্তৰঃ হেম হৈছে ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত মাদল বা খামজাতীয় বাদ্য়। আকাৰত ই কিছু দীঘল হয়।