উত্তৰঃ কেকুং ।
Month: August 2022
বীণৰ আন এটি নাম কি ?
উত্তৰঃ বীণৰ আন এটি নাম হৈছে বেণা।
বীণ কি ?
উত্তৰঃ বীণ হৈছে এডাল তাঁৰত ৰেপি বজোৱা বাদ্য়। এই বাদ্য় নাৰিকলৰ কোৰোকা, মাটিৰ খলা আদিৰে নিৰ্মাণ কৰা হয়।
দোতৰা জাতীয় বাদ্য়ক উজনি অসমত কি বুলি কোৱা হয় ?
উত্তৰঃ টোকাৰী ।