উত্তৰঃ চেলেংদাই ।
Month: August 2022
চাৰিন্দাক বড়োসকলে কি বুলি কয় ?
উত্তৰঃ চেৰ্জা।
চাৰিন্দা বা চেৰ্জা কি ?
উত্তৰঃ চাৰিন্দা হৈছে ৰেপনিৰ সহায়ত বজোৱা একপ্ৰকাৰৰ বাদ্য়। এই বাদ্য়ৰ মাজঅংশ চৰায়ে পাখি মেলি থকাৰ দৰে দেখি ।
বৌদ্ধ ধৰ্মী লোকসকলৰ মাজত প্ৰচলিত বীণক কি বুলি কোৱা হয় ?
উত্তৰঃ টিং ।