(ক) নাগাৰা নাম (খ) এমে ৰেলো (গ) পুনুং (ঘ) পাখু ইটু উত্তৰঃ পুনুং।
Month: August 2022
———— অৰুণাচল প্ৰদেশৰ আদি জনজাতিৰ মহিলাসকলে শস্য চপোৱা আগতে সত্ৰসমূহত পৰিৱেশন কৰি অহা হৈছে।
উত্তৰঃ পুনুংগ।
——– অৰুণাচল প্ৰদেশৰ লোহিত জিলাত বাস কৰা খামটি সকলৰ লোকনৃত্য, যিয়ে তেওঁলোকৰ অতিথিক স্বগত জনোৱা পাৰম্পৰিক প্ৰথাৰ বৰ্ণনা কৰে।
(ক) কাচেং আলুৱাং (খ) ডামিণ্ডা (গ) বই-টেক (ঘ) টাপু উত্তৰঃ কাচেং আলুৱাং।
——- নৃত্য ত্ৰিপুৰাৰ চাকমা সমাজে পৰিৱেশন কৰে।
উত্তৰঃ বিজু।