অসম ৰাজ্য়ৰ পৰিচয় | Chapter 1 | Class 4 Social Science Question and Answer |

(১) চমু উত্তৰ দিয়া— (ক) অসমৰ প্ৰাচীন নাম কি কি আছিল? উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগ্জ্য়োতিষপুৰ আৰু কামৰূপ। (খ) কামাখ্য়া মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰঃকামাখ্য়া মন্দিৰটো নৰকাসুৰে নিৰ্মাণ কৰিছিল। (গ) বাণৰজাই বৰ্তমানৰ কোনখন জিলাত ৰাজত্ব কৰিছিল? উত্তৰঃ বাণৰজাই বৰ্তমান Read More …