পৰিৱেশ আৰু প্ৰদূষণ Chapter 7 | Class 4 Social Science Question and Answer |

(ক) পৰিৱেশ কাক বোলে? উত্তৰঃ বায়ু, পানী আৰু মাটিৰে বেঢ়ি থকা আমাৰ চৌপাশকে প্ৰাকৃতিক পৰিৱেশ বোলা হয়। (খ) প্ৰদূষণ কাক বোলে? প্ৰদূষণ কেইপ্ৰকাৰ আৰু কি কি? উত্তৰঃ অপদ্ৰব্য়ৰদ্ধাৰা বায়ু, পানী আৰু মাটি দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বোলা হয়। প্ৰদূষণ চাৰিপ্ৰকাৰৰ Read More …