উত্তৰঃ খুবাল্লাম।
Month: August 2022
অৰুণাচল প্ৰদেশৰ কোনটো লোকনৃত্যত ৰামায়ণৰ তিব্বতীয় সংস্কৰণ উপস্থাপন কৰা হৈছে?
উত্তৰঃ আজি লঘু লোকনৃত্য।
——– নৃত্য ত্ৰিপুৰাত বাস কৰা ৰিয়াং সমাজে পৰিৱেশন কৰে।
(ক) হোজাগিৰি (খ) বিজু (গ) কাৰচি (ঘ) হাক-হাক। উত্তৰঃ হোজাগিৰি।
—— মিজোৰামত আলহাৰ এক নৃত্য।
(ক) খুৱাল্লাম (খ) চাই (গ) চোলাকিয়া (ঘ) চৰলামকাই উত্তৰঃ খুৱাল্লাম।