আমাৰ দেশৰ সংস্কৃতি Chapter 10 | Class 4 Social Science Question and Answer |

(১) সংস্কৃতি কাক বোলে? উত্তৰঃ ব্য়াপক অৰ্থত মানুহৰ সমগ্ৰ জীৱনধাৰাকে সংস্কৃতি বোলে হয়। আনহাতে, যিকোনোএক মানৱ গোষ্ঠীৰ সামগ্ৰিক জীৱনধাৰাক সেই গোষ্ঠীটোৰ সংস্কৃতি বোলা হয়। (২) প্ৰাচীন ভাৰতত গঢ় লৈ উঠা এটা সভ্য়তাৰ নাম লিখা। উত্তৰঃ প্ৰাচীন ভাৰতত গঢ় লৈ উঠা Read More …