উত্তৰঃ দেওধনী।
Month: August 2022
সমগ্ৰ দেশতে অসম ইয়াৰ অদ্বিতীয় আৰু ৰুচিবোধসম্পূন্ন ——– নৃত্যৰ বাবে বিখ্যাত।
উত্তৰঃ বিহু।
—— নৃত্য অৰুণাচল প্ৰদেশত নৱবৰ্ষ উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়।
উত্তৰঃ মনপা।
অৰুণাচল প্ৰদেশৰ —— নৃত্যই কুকুৰা যুঁজৰ বিষয়ে বৰ্ণনা কৰে।
উত্তৰঃকাকংটোকাই।