(ক) নাগাৰা নাম (খ) সত্ৰীয়া নৃত্য (গ) বিহু নৃত্য (ঘ) ওজাপালি উত্তৰঃ সত্ৰীয়া নৃত্য।
Month: August 2022
———- অৰুণাচল প্ৰদেশৰ আদি জনজাতিৰ মহিলাসকলে শস্য চপোৱাৰ আগতে কৰা লোকনৃত্য।
(ক) য়াকজোং (খ) এমে ৰেলো (গ) পুনুং (ঘ) পাখু ইটু উত্তৰঃ পুনুং।
—— অৰুণাচল প্ৰদেশৰ লোহিত জিলাত বাস কৰা খামটি সকলৰ লোকনৃত্য, যিয়ে তেওঁলোকৰ অতিথিক স্বাগত জনোৱাৰ পাৰম্পৰিক প্ৰথাৰ বৰ্ণনা কৰে।
(ক) কাচেং আলুৱাং (খ) ডামিণ্ডা (গ) বাই-টেক (ঘ) টাপু উত্তৰঃ কাচেং আলুৱাং।
———– নৃত্য ত্ৰিপুৰাৰ চাকমা সমাজে পৰিৱেশন কৰে।
উত্তৰঃ বিজু।