সৌৰজগতৰ কথা Chapter 18 | Class 4 Social Science Question and Answer |

১। গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা প্ৰধান পাৰ্থক্য় কি? উত্তৰঃ গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা পাৰ্থক্য়সমূহ হ’ল – গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে। ২। সৌৰজগত কাক বোলে? উত্তৰঃ নক্ষত্ৰ সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে Read More …