পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ Chapter 19 | Class 4 Social Science Question and Answer |

(১) পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ:- পৃথিৱীৰ আকাৰ গোলাকাৰ যদিও ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুটা কিছু ভিতৰলৈ সোমোৱা। পৃথিৱীৰ আকাৰ ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি। (২) পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ দাঙি Read More …