উত্তৰঃ নংচাওলিয়া।
Month: August 2022
মণিপুৰৰ প্ৰাচীনতম মন্দিৰটো হৈছে বিষণপুৰ নগৰত অৱস্থিত ——–।
উত্তৰঃ বিষ্ণু মন্দিৰ।
প্ৰায় ——- গৰাকী দেৱী-দেৱতা মণিপুৰৰ মেইতীসকলে পূজা কৰে।
উত্তৰঃ ৩৬৪।
শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত ———– ক ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তৰ সবাতোকৈ ওখ শিৱ মন্দিৰ হিচাপে বিশ্বাস কৰা হয়।
উত্তৰঃ শিৱ দ’ল।