উত্তৰঃ বৌদ্ধ ধৰ্ম।
Month: August 2022
নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত ——– সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জা।
উত্তৰঃ কেথ’লিক গীৰ্জা।
মিজোৰামৰ বাস কৰা চাকমা জনজাতিৰ লোকসকল ——— ধৰ্মাৱলম্বী।
উত্তৰঃ বৌদ্ধ।
মা দুৰ্গাৰ ৫০০ বছৰ পুৰণি মন্দিৰ মেঘালয়ৰ ———- ত অৱস্থিত।
উত্তৰঃ নাৰটিয়াং।