গৌতম বুদ্ধ আৰু মহাবীৰ Chapter 7 | Class 5 Social Science Question Answer |

১। চমু উত্তৰ দিয়া—- ক) গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? তেওঁক গৌতম বোলা হৈছিল কিয়? উত্তৰঃ  গৌতম বুদ্ধৰ সৰুকালৰ নাম সিদ্ধাৰ্থ আছিল। তেওঁৰ মাক মায়াদেৱীৰ মৃত্য়ুৰ পিছত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ-দীঘল কৰে। সেয়ে তেওঁক গৌতম বোলা হৈছিল। খ) কি Read More …