(ক) ১৭২৫ (খ) ১৮৭৫ (গ) ১৮৯১ (ঘ) ১৮৭৯ উত্তৰঃ ১৭২৫।
Month: August 2022
বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ পৃষ্ঠপোষকতাত কেইখন সত্ৰ প্ৰতিষ্ঠা হৈছিল?
(ক) ১৯ (খ) ১২ (গ) ১০ (ঘ) ১৫ উত্তৰঃ ১২।
কোন চনত অৰুণাচল প্ৰদেশৰ টাৱাং মঠ নিৰ্মাণ কৰা হয়?
(ক) ১৮৬১ (খ) ১৬৮১ (গ) ১৯৬১ (ঘ) ১৬৯১ উত্তৰঃ ১৬৮১।
———- ছিকিমৰ বৃহত্তম মঠ।
উত্তৰঃ ৰুমটেক মঠ।