ভেঁকুলী আৰু এন্দুৰ
অধ্য়ায় ১২
আৰ্হি প্ৰশ্নঃ
(ক) ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বৰ বাবে কি কৰিছিল?
উত্তৰঃ ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বক বাবে এইজনে আনজনৰ ঠেং দুখন নিজৰ ঠেংৰ লগত বান্ধি ল’লে।
(খ) ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি কি হ’ল ?
উত্তৰঃ ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি চিলনীজনী আহাৰ হব লগা হ’ল।
(গ) নিষ্ঠুৰ কোন ? ভেকুলী নে এন্দুৰ ?
উত্তৰঃ নিষ্ঠুৰ ভেঁকুলী আছিল।
(ঘ) ভেঁকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে?
উত্তৰঃ ভেঁকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে।
(ঙ) সাধুটো পঢ়ি কি উপদেশ পালা ?
উত্তৰঃ সাধুটো পঢ়ি আমি এইটো উপদেশ পালো যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। সি নিজৰ ঘৰৰ মানুহে হব পাৰে কিন্তু বিশ্বাস কৰিব নালাগে।
Question Answer By Bikash Bora