উত্তৰঃ বৰঢোলৰ বিভিন্ন অংশসমূহ হৈছে-গাৰি ( ফোপোলা গাটো ), কুবি বা কোং ( সোঁফালৰ মুখখন ), তালি ( বাওঁফালৰ মুখখন ), ডোৱা বা বৰটি ( টানি ৰখা চামৰাব ফিটা ), নাকি বা লাউ ( সোঁফালে কোবাই বজাবলৈ ব্য়ৱহাৰ কৰা ধেনুভিৰীয়া বেকা দীঘল ঢোলৰ মাৰিডাল ), ডোল বা জৰী ( ঢোলটো ডিঙিত আঁৰি লোৱা জৰী )।