Chapter 13
প্ৰদূষণ
1. পৰিৱেশ বুলিলে কি বুজা ?
উত্তৰঃ
2. প্ৰদূষণ বুলিলে কি বুজা ? বায়ু প্ৰদূষণৰ উৎসবোৰৰ বিষয়ে উল্লেখ কৰা ঁ।
উত্তৰঃ
3. তোমাৰ পাঠ্যপুথিৰ আলমত বায়ু প্ৰদূষণ সম্পৰ্কে এটা প্ৰবন্ধ যুগুতোৱাঁ ।
4. (ক) গছ- গছনি
উত্তৰঃ
(খ) ধাতু আৰু মাৰ্বলৰ বস্তুৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ বৰ্ণনা কৰা ।
উত্তৰঃ
5. বায়ু প্ৰদূষণ ৰোধৰ উপায় কি ? বায়ু প্ৰদূষণ ৰোধত উদ্ভিদৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
6. গুৰু উদ্যোগবােৰৰ কেওকাষে গছ – গছনিৰ ডাঠ বেষ্টনী এটাৰ সৃষ্টি কৰা হয় ——— ইয়াৰ কাৰণ কি ?
উত্তৰঃ
7. চমুটোকা লিখা ।
( ক ) এছিড বৰষুণ
উত্তৰঃ
( খ ) গােলকীয় উত্তাপন
উত্তৰঃ
8. স্মগ কি ? ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ সম্পর্কে লিখা ।
উত্তৰঃ
9. গােলকীয় উত্তাপনৰ দুটা অন্যতম কাৰণ উল্লেখ কৰাঁ ।
উত্তৰঃ
10. বায়ুমণ্ডলত কি কি গেছৰ উপস্থিতিয়ে এছিড বৰষুণ সৃষ্টিত অৰিহণা যােগায় ? এই গেছকেইটাৰ প্রধান উৎস কি ?
উত্তৰঃ
11. সেউজ – গৃহ ছাতিৰ প্রধান উপাদান কি ? পৃথিৱীয়ে এৰি দিয়া তাপৰ অন্যতম শােষক কি ?
উত্তৰঃ
12. ‘ পানীয়েই প্রাণ’– এই কথাষাৰৰ গুৰুত্ব আলােচনা কৰাঁ ।
উত্তৰঃ
13. পানী প্রদূষণ বুলিলে কি বুজা ? কি কি উৎসৰদ্বাৰা পানী প্রদুষিত হ’ব পাৰে লিখা ।
উত্তৰঃ
14. পানী প্রদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ?
উত্তৰঃ
15 , মাটি প্রদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ? ‘
উত্তৰঃ
16. বিজ্ঞানসন্মত কাৰণ দৰ্শোৱা ।
( ক ) পৃথিৱীৰ বায়ুমণ্ডলৰ উত্তাপ ক্রমে বৃদ্ধি হ’ব লাগিছে ।
উত্তৰঃ
( খ ) ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ।
উত্তৰঃ
( গ ) বর্তমান যুগত বাঢ়ি অহা গাড়ী – মটৰবােৰেই বায়ু প্ৰদূষণৰ প্ৰধান উৎস ।
উত্তৰঃ
( ঘ ) বৰষুণৰ পানী খােৱাৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰি ।
উত্তৰঃ
17. খালী ঠাই পূৰ কৰাঁ ।
( ক ) ধূলিকণা , ছাই আদি উদ্ভিদৰ পাতত পৰি পাতত থকা——– বন্ধ কৰি দিয়ে ।
উত্তৰঃ
( খ ) পৃথিৱীৰ পৃষ্ঠৰপৰা 11 কিমি . উচ্চতালৈ বিস্তৃত থকা বায়ুমণ্ডলৰ তৰপটোক—– বোলা হয় ।
উত্তৰঃ
(গ) ——– আমাৰ বায়ুমণ্ডলৰ প্রায় সত্তৰ শতাংশ অক্সিজেন উৎপন্ন কৰে ।
উত্তৰঃ
( ঘ ) যান -বাহনৰ ধোঁৱাত থকা অন্যতম বায়ু প্ৰদূষকটো হৈছে —— |
উত্তৰঃ
( ঙ ) অন্যতম সেউজ – গৃহ গেছটো হৈছে ———।
উত্তৰঃ
(চ) ——— দ্বাৰা বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ হ্রাস কৰিব পাৰি । হ্রাস কৰে ।
উত্তৰঃ
( ছ ) এছিড বৰষুণে কৃষিভূমিৰপৰা পুষ্টিকবােৰ ধুই নি ইয়াৰ ——— হ্রাস কৰে ।
উত্তৰঃ