অনুশীলনী
1. বস্তুৰ ওজন মানে কি ? ওজন এবিধ বল হয় নে ?
উত্তৰঃ
2. ১কিগ্ৰা. -বল বা ১কিগ্ৰা.- ওজন মানে কি ?
উত্তৰঃ
3. এখন টেবুলৰ ওপৰত বস্তু এটা ৰাখিলে টেবুলখনৰ ওপৰত কি বল প্ৰয়োগ হয় ?
উত্তৰঃ
4. চাপ কাক বােলে ?
উত্তৰঃ
5. চাপ ( P ) , ক্ষেত্রফল ( A ) আৰু প্রয়ােগ হােৱা বলৰ ( F ) সম্বন্ধটো লিখা ।
উত্তৰঃ
6. এটা বাকচৰ ভৰ 5 কিগ্রা . , ইয়াৰ ডাঙৰ পিঠিখনৰ ক্ষেত্রফল 300 বর্গ ছেমি . আৰু সৰু পিঠিখনৰ ক্ষেত্রফল 200 বর্গ ছেমি .। টেবুল এখনৰ ওপৰত প্ৰথমতে সৰু পিঠিখন আৰু পিছত ডাঙৰ পিঠিখন থ’লে চাপ কিমান কিমান হ’ব ? ( উত্তৰ : 0.0166 কিগ্রা – ওজন / বর্গ ছেমি , আৰু 0.025 কিগ্রা ওজন / বর্গ ছেমি . )
উত্তৰঃ
7. তুলিতকৈ কাঠত শুলে আমি কিয় বেছি কষ্ট পাওঁ ?
উত্তৰঃ
8. অধ্যায়টোত থকা বালিৰ পৰীক্ষাটোত বহল টেমাতকৈ দীঘল নলীডালৰ তলপিনে বালিখিনি টান হৈ পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰা ।
উত্তৰঃ
9. 5 কিগ্রাৰ বাকচ এটা
( ক ) টেবুলৰ বা চকীৰ ওপৰত আৰু
( খ ) মাটিৰ ওপৰত থলে কিমান বল প্রয়ােগ হ’ব ?
উত্তৰঃ
10. এটা 1 কিগ্রা . – ওজনৰ বাকচ আৰু এটা 10 কিগ্রা . – ওজনৰ বাকচে এখন টেবুলৰ ওপৰত সমান চাপ দিয়ে । এই উক্তিটো শুদ্ধ হ’ব পাৰেনে ?
উত্তৰঃ
11. এটা বাকচৰ সকলােকেইখন পিঠি এখন এখনকৈ টেবুলত থােৱাত সমান চাপ দিলে । ইয়াৰপৰা আমি কি বুজিব পাৰোঁ ?
উত্তৰঃ
12. খালি ঠাই পূৰণ কৰাঁ ।
( ক ) তৰলৰ —— কাৰণে পাত্ৰৰ বেৰত ই —– দিয়ে ।
উত্তৰঃ
( খ ) চাপ —— প্ৰকাৰৰ , ——, —— আৰু ——- ।
উত্তৰঃ।
13. জুলীয়া পদাৰ্থৰ নিম্নচাপ কাক বােলে ? নিম্নচাপ প্রদর্শন কৰিবলৈ এটা সৰল পৰীক্ষা বর্ণনা কৰাঁ ।
উত্তৰঃ
14. জুলীয়া পদাৰ্থৰ পার্শ্বচাপ কাক বােলে ? পার্শ্বচাপ প্রদর্শন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । জুলীয়া পদাৰ্থৰ চাপ যে গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে পৰীক্ষাটোত দেখুৱাব পাৰিনে ?
উত্তৰঃ
15. একে গভীৰতাত জুলীয়া পদাৰ্থৰ চাপ সকলাে দিশতে যে সমান তাৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰা ।
উত্তৰঃ
16. জুলীয়া পদাৰ্থৰ চাপৰ দুটা ব্যৱহাৰ উল্লেখ কৰাঁ ।
উত্তৰঃ
17. এটা পাত্র বা বেলুনত গেছ আবদ্ধ কৰিলে কি কাৰণত চাপৰ সৃষ্টি হয় ?
উত্তৰঃ
18. শুদ্ধ নে অশুদ্ধ লিখা ।
( ক ) আবদ্ধ পাত্ৰৰ বেৰত গেছে একক ক্ষেত্রফলত প্ৰয়ােগ কৰা বলকেই গেছৰ চাপ বােলে ।
উত্তৰঃ
( খ ) বেলুন এটাৰ ভিত গেমখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি নহয় ।
উত্তৰঃ
19. খালি ঠাই পূৰণ কৰাঁ ।
( ক ) বেলুন এটাৰ ভিতৰৰ বেৰত অনুৱে —– কাৰণে গেছৰ চাপ সৃষ্টি হয় ।
উত্তৰঃ
(খ) আবদ্ধ গেছৰ চাপ ———- আৰু ——- বাঢ়িলে বাঢ়ে ।
উত্তৰঃ
( গ ) চাইলে পাৰ পিষ্টন ভিতৰলৈ ঠেলিলে চাইকেলৰ টিউবত গেৰ চাপ ——– । অণুৰ —- বৃদ্ধি হােৱা কাৰণেও চাপ বাঢ়ে ।
উত্তৰঃ উত্তৰঃ
20. এটা বায়ুপূর্ণ বেলুনত 1000 টা মাখি ভৰােৱাত দেখা গ’ল মাখিয়ে বেলুনৰ বেৰত সঘনাই খুন্দিয়াব ধৰিছে । এতিয়া তলৰ বাক্যটো পূর্ণ কৰাঁ । বেলুনৰ ভিতৰত মুঠ চাপ =গেছখিনিৰ চাপ + ——-খুন্দা মৰাৰ ফলত হোৱা চাপ ।
উত্তৰঃ
এটা অতি ক্ষুদ্র বেলুনৰ ভিতৰত 1000 কোটি গেৰ অণু আছে । নতুনকৈ 2000 কোটি অণু ভৰােৱা হ’ল । তলৰ বাক্যটো সম্পূর্ণ কৰাঁ । আগতে গেছৰ চাপ P হলে নতুন চাপ হব —— ।
উত্তৰঃ
22. বাক্যটো পূর্ণ কৰা ।
এটা বেলুন ৰদত থলে —– বৃদ্ধি হয় কাৰণে ——– বাঢ়ে আৰু বেলুনটো অলপ ডাঙৰ হয়
উত্তৰঃ
23. বাক্যটো পূর্ণ । এটা বায়ুপূর্ণ বেলুন পানীৰ তললৈ নিলে পানীৰ চাপে বেলুনটো হেঁচি ধৰে ; বেলুন বাড়ে ।
উত্তৰঃ
24. গেছে পাত্ৰৰ বেৰত লম্বভাৱে চাপ দিয়াৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰাঁ ।
উত্তৰঃ
25. বায়ুমণ্ডলৰ বায়ু আবদ্ধ নহয় । তথাপি ভূ – পৃষ্ঠত কেনেকৈ চাপ সৃষ্টি হয় ?
উত্তৰঃ
26 , এক বায়ুমণ্ডলীয় চাপ কিমান ?
উত্তৰঃ
27. বায়ুৰ চাপে জুলীয়া পদাৰ্থৰ স্তম্ভ দাঙি ৰাবি পৰা প্ৰীক্ষা এটা বর্ণনা কৰাঁ ।
উত্তৰঃ
28. বায়ুৰ চাপ 76 ছেমি , পাৰা মানে কি ?
উত্তৰঃ
29. শােষক পাম্পৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰা ।
উত্তৰঃ
30. ছাইফ’নৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰাঁ ।
উত্তৰঃ
31. খালি ঠাই পূৰ কৰাঁ ।
( ক ) পৃথিৱীৰ ওপৰলৈ বায়ুৰ ———- আৰু ———— ক্রমে কমি আহে ।
উত্তৰঃ
( খ ) ওপৰত বায়ুৰ ——— কম আৰু সেইবাবে ———- লােৱাত আমাৰ কষ্ট হয় ।
উত্তৰঃ
32. পাস্কেলৰ বিধিটো লিখা । ইয়াক প্রদর্শনৰ এটা সৰল পৰীক্ষা বর্ণোৱা ।
উত্তৰঃ
33. এটা বেলুনত গেছ ভৰাই থাকিলে কি কি ৰাশি সলনি হ’ব ? চাপৰ সঞ্চালন কেনে হ’ব ?
উত্তৰঃ
34. প্লাৱিতা কাক কয় ? এই বলৰ অস্তিত্ব বুজাবলৈ এটা নিৰীক্ষণ বর্ণনা কৰাঁ ।
উত্তৰঃ
35. খালি ঠাই পূর্ণ কৰাঁ ।
( ক ) প্লাৱিতাৰ দিশ ——–।
উত্তৰঃ
( খ ) প্লাৱিতাৰ কাৰণে তৰলত নিমগ্ন বস্তুৰ ——- কমে ।
উত্তৰঃ
36. আর্কিমিডিছৰ নীতিটো লিখা । ইয়াৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । আর্কিমিডিছৰ নীতিৰ এটা ব্যৱহাৰ লিখা ।
উত্তৰঃ
37. কোনাে এটা বস্তু এবিধ তৰলত ওপঙি থকা , তৰলৰ ভিতৰত ওপঙি থকা আৰু ডুবি যােৱাৰ চৰ্তবােৰ লিখা ।
উত্তৰঃ
38. বস্তুৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ কম হলে , সমান হলে আৰু বেছি হ’লে কি হ’ব লিখা ।
উত্তৰঃ
39. কিয় হয় লিখা ।
(ক) বৰফ পানীত ওপঙে
উত্তৰঃ
( খ ) জাহাজ পানীত ওপঙে ।
উত্তৰঃ
( গ ) পানীত ছাবমেৰিণ ওপৰত , মাজত আৰু তলিত থাকিব পাৰে ।
উত্তৰঃ