অধ্যায় ৮
গতি আৰু বল
1. গতিশীল আৰু স্থিৰ অৱস্থা কাক বোলে ?
উত্তৰঃ
2. সৰলৰৈখিক গতি কাক বোলে ? পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ গতি সৰলৰৈখিকনে ?
উত্তৰঃ
3. পৰমাণুকেন্দ্ৰৰ চাৰিওফালে ইলেকট্ৰনৰ গতি কি ধৰণৰ গতি ? ইলেকট্ৰনটো ঘূৰি থাকোঁতে ইয়াৰ দিশ একে থাকেনে ?
উত্তৰঃ
4. বৃত্তীয় গতি আৰু ঘূৰ্ণন গতি কাক বোলে ? দুয়োটাৰে দুটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ
5. গাড়ীৰ চকা এটা আঁকি ইয়াৰ ঘূৰ্ণন অক্ষডাল আঁকি দেখুওৱা।
উত্তৰঃ
6. দোলন গতি আৰু পৰ্যাবৃত্ত গতি কাক বোলে ? দুয়োটাৰে দুটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ
7. সূৰ্যৰ চাৰিওফালে কৰা পৃথিৱীৰ গতিৰ পৰ্যায় কাল কিমান ?
উত্তৰঃ
8. ঘড়ীৰ মিনিট আৰু ছেকেগু কাঁটাডালৰ পৰ্যায় কাল কিমান ?
উত্তৰঃ
9. দ্ৰুতি কাক বোলে ? দ্ৰতি একক কি ?
উত্তৰঃ
10. এখন উৰাজাহাজে ২০০০ কিমি. যাবলৈ ৫ ঘন্টা সময় ললে । উৰাজাহাজখনৰ দ্ৰতি কিমান ?
উত্তৰঃ
11. এজন মটৰ চাইকেল আৰোহীৰ দ্ৰতি ৭০ কিমি./ ঘ. । একেৰাহেগৈ থাকিলে ৬ ঘন্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব ? মটৰ চাইকেলখনৰ দ্ৰুতি মি. / ছে.ত কিমান ?
উত্তৰঃ
12. ৫মি. / ছে. দ্ৰুতিৰে গতি কৰা বস্তু এটাই ৪কিমি. দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লব ?
উত্তৰঃ
13. গুৱাহাটীৰপৰা ডিড্ৰুগড়লৈ দূৰত্ব ৪০০ কিমি. । এখন বাছে এই দূৰত্ব অতিক্ৰম কৰোতে সময় ললে ৮ঘন্টা । বাছখনৰ গড় দ্ৰুতি কিমান ?
উত্তৰঃ
14. সুষম গতি আৰু অসুষম গতিৰ পাৰ্থক্য কি ? বাছেৰে গুৱাহাটীৰপৰা নগাঁৱলৈ গলে বাছখনৰ গতি সুষমনে ?
উত্তৰঃ
15. গতিশীল বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে গতিৰ কি কি পৰিৱৰ্তন হব পাৰে ?
উত্তৰঃ
16. সূৰ্যৰ চাৰিওফালে পৃথিৱীক কি বলে অনবৰতে ঘূৰাই ৰাখে ?
উত্তৰঃ
17. বস্তুৰ ওজন মানে কি ?
উত্তৰঃ
18. স্থিতিস্থাপক বল যে আছে তাৰ প্ৰমাণ এটা দিয়া ।
উত্তৰঃ
19. দুটা আধানযুক্ত পদাৰ্থৰ বৈদ্যুতিক বল কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ
20. মহাকৰ্ষণ বল কি ?
উত্তৰঃ
21. মাধ্যাকৰ্ষণিক বল মহাকৰ্ণ বলনে ?
উত্তৰঃ
22. সংজ্ঞা লিখা ।
(ক) স্থিতিস্থাপক বল
উত্তৰঃ
(খ) চুম্বকীয় বল
উত্তৰঃ
(গ) নিউক্লীয় বল
উত্তৰঃ
23. ঘৰ্ষণ বল কাক বোলে ?
উত্তৰঃ
24. ঘৰ্ষণ বল নাথাকিলে হ’ব পৰা দুটা অসুবিধাৰ উদাহৰণ দিয়া ।
উত্তৰঃ
25. পিছল ঘৰ্ষণ আৰু আৱৰ্তন ঘৰ্ষণ কাক বোলে ।
উত্তৰঃ
26. চকা লগালে যি কোনো বস্তু টানিবলৈ সহজ হয় কিয় ?
উত্তৰঃ
27. পিছল মজিয়াত খোজ কাঢ়িবলৈ অসুবিধাৰ কিয় লাগে?
উত্তৰঃ
28. মটৰগাড়ীৰ চকাৰ উপৰিভাগ খহটা কিয় কৰে ?
উত্তৰঃ
29. দৈনন্দিন জীৱনত ঘৰ্ষণ বলৰ দুটা সুবিধা উল্লেখ কৰা ।
উত্তৰঃ