উত্তৰঃ খোলৰ বিভিন্ন অংশ হ’ল ডিমা বা খোলা ( খোলাৰ ফোপোলা অংশটো ), দাইনা ( সোঁফালৰ অংশ ), বায়া ( বাওঁফালৰ অংশ ), টালি, বৰতি, মলুৱা ঘুণ ( দাইনা আৰু বায়াৰ তালি বা চাৱনিৰ সোঁমাজত থকা ক’লা গোলাকাৰ অংশটো), পুলি, টিকনি, ঘেৰ, ৰূপহী আদি অংশ ।
Question and Answer Solution