অধ্যায় ২
অণুজীৱ
1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(ক) অণুজীৱ কাক বোলে ?
উত্তৰঃ
(খ) অণুজীৱক কি কি প্ৰধান ভাগত বিভক্ত কৰা হয় ?
উত্তৰঃ
(গ) কোনজনা বিজ্ঞানীয়ে পোনপ্ৰথমে অণুজীৱ আৱিস্কাৰ কৰে ?
উত্তৰঃ
(ঘ) ক্ষুদ্ৰতম অণুজীৱ কি ?
উত্তৰঃ
(ঙ) মাইক্ৰ’মিটাৰৰ হিচাবত বেক্টেৰিয়া আৰু নেন’মিটাৰ হিচাবত ভাইৰাছৰ আকাৰ কি সীমাৰ ভিতৰত থাকে উল্লেখ কৰা ।
উত্তৰঃ
(চ) বেক্টেৰিয়াপৰা হোৱা উপকাৰিতাৰ বিষয়ে লিখাঁ ।
উত্তৰঃ
(ছ) ভাইৰাছৰ বৈশিষ্ট্য কি ?
উত্তৰঃ
(জ) মানুহৰ শৰীৰত বেক্টেৰিয়া, প্ৰ’ট’জৱা আৰু ভাইৰাছৰপৰা হোৱা দুটাকৈ ৰোগৰ নাম লিখা ।
উত্তৰঃ
(ঝ) পেনিছিলিন কিহৰপৰা প্ৰস্তুত কৰা হয় ?
উত্তৰঃ
(ঞ) কোনবিধ প্ৰট’জ’ৱাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই ?
উত্তৰঃ
(ট) লাইকেন বুলিলে কি বুজা ?
উত্তৰঃ
2. খালী ঠাই পূৰ কৰাঁ ।
(ক) গাখীৰক দৈত পৰিণত কৰা অণুজীৱ নাম ।
উত্তৰঃ
(খ) যক্ষ্মা ৰোগৰ সৃষ্টি কৰা অণুজীৱ হ’ল
উত্তৰঃ
(গ) কলেৰা ৰোগ এবিধৰ পৰা হয় ।
উত্তৰঃ
(ঘ) এইডছ ৰোগ এবিধ জৰিত ৰোগ।
উত্তৰঃ
(ঙ) শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক বুলি কোৱা হয় ।
উত্তৰঃ
3. বিজ্ঞানসন্মত কাৰণ দিয়াঁ ।
(ক) ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় ।
উত্তৰঃ
(খ) কিছুমান ভেঁকুৰ সহজীৱী হিচাপে বাস কৰে ।
উত্তৰঃ
4. চমুটোকা লিখা ।
(ক) কৃষিকাৰ্যত বেক্টেৰিয়াৰ গুৰুত্ব ।
উত্তৰঃ
(খ) ভেঁকুৰৰপৰা মানুহৰ উপকাৰ ।
উত্তৰঃ
(গ) প্ৰকৃতিত শেলাইৰ গুৰুত্ব ।
উত্তৰঃ
(ঘ) বেক্টেৰিয়াপৰা হোৱা অপকাৰ ।
উত্তৰঃ