উত্তৰঃ ৰেভাৰেণ্ড. আৰ ডব্লিউ।
Month: August 2022
মণিপুৰীসকলে পূজা কৰা ভগৱানৰ তিনিটা অৱতাৰৰ নাম লিখা।
উত্তৰঃ এতিয়া চিডাবা, অপনবা আৰু আচিবা ত্ৰুমান্বয়ে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ধ্বংসকৰ্তা।
মণিপুৰৰ কোনখন জিলাক সেই খ্ৰাষ্টান ধৰ্মৰ জন্মস্থান হিচাপে জনা যায়?
উত্তৰঃ উখৰুল।
প্ৰসিদ্ধ মুছলমান সন্তজনৰ নাম লিখা যিয়ে অসমত সামাজিক-ধাৰ্মিক আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল?
উত্তৰঃ ছাহ আউলিয়া ওৰফে আজাৱ ফকীৰ।