ৰেডিঅ’ত কেনেকৈ বহু দূৰৰ কথা শুনা যায়?

উঃ মানুহৰ কথা আৰু শব্দক বিদ্যুৎ শক্তিলৈ ৰূপন্তৰিত কৰি তাক দূৰ-দূৰণিলৈ পঠিওৱা হয়। ৰেডিঅ’ৰ গ্ৰাহক যন্ত্রই সেই বিদ্যুৎ শব্দ পুনৰ কথা বা শব্দলৈ ৰূপান্তৰ কৰে। এনেদৰে আমি ৰেডি অ’ত দূৰ-দূৰণিৰ কথা শুনো।